THE DEFINITIVE GUIDE TO ASSAMESE SYNONYMS

The Definitive Guide to Assamese synonyms

The Definitive Guide to Assamese synonyms

Blog Article

অগ, অদ্ৰি, অৱনীধৰ, উৰ্বীধৰ, ক্ষিতিধৰ, ক্ষিতিভৃৎ, গিৰি, গোধৰ, ধৰণীকীলক, ধৰণীধৰ, নগ, পৰ্বত, পৃথুশেখৰ, বসুধাধৰ, বসুভৃৎ, ভূধৰ, ভূভৃৎ, মহীধ্ৰ, মহীধৰ, মেদিনীধৰ, শিখৰী, website শৃংগধৰ, শৃংগী, শৃংগৱান, শৈল, সানুমান৷

অমৰমাৰ্গ, আকাশগংগা, আকাশসৰিৎ, আকাশীগংগা, ছায়াপথ, দুগ্ধসৰণি, দেৱযান, দ্বীপবিশ্ব, নক্ষত্ৰপুঞ্জ, নক্ষত্ৰবীথি, নীহাৰিকা, হৰিতালিকা, হাতীপটি৷

স্বপ্ন, সমাজিক, কল্পনা, মানস-দৃশ্য, স্বপ্নাৱিষ্ট

অনেক, অগাধ, অতিশয়, অত্যধিক, অত্যন্ত, অধিক, অনল্প, উভৈনদী, ওৱাদানি, ঢেৰ, দেধাৰ, প্রচুৰ, প্ৰতুল, প্ৰভূত, বহু, বহুত, বিপুল, বিস্তৰ, বেছি, সমধিক৷

শঙ্কৰ–মহাদেৱ, ত্ৰিনয়ন, ত্ৰিলোচন, চন্দ্ৰশেখৰ, দিগম্বৰ, শিৱ, ভোলানাথ, হৰ, গিৰীশ আদি।

অধিমূল্য, অৰ্ঘ, দৰ, দাম, নিৰিখ, ভাও, মূল্য৷

অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ, শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷

কালাতীত, চিৰকালীন, চিৰন্তন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, ধ্ৰুপদী, ধ্ৰুৱ, নিত্য, নিয়ত, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন, সাৰ্বকালিক৷ অক্ষয়, অনপায়ী, অনস্বৰ, অনাশ্য, অবিনাশী, অব্যয়, অলয়, ক্ষয়হীন, চিৰজীৱী, চিৰঞ্জীৱ, চিৰঞ্জীৱী, চিৰায়ু, নাশহীন, নিৰত্যয়, মৃত্যুঞ্জয়, মৃত্যুঞ্জয়ী, মৃত্যুহীন, লোপৰহিত, লয়হীন৷

পৃথিৱী, অচলা, অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথ্ব, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰত, মৰ্ত্য, শ্যামা, সংসাৰ, সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷

সমীৰ, বায়ু, অনিল আদি। লাঠি– টাঙ্গুন, লাখুটি, টোকোন আদি। মেঘ–

অনিল, গন্ধবাহ, গন্ধৱহ, জগতায়ু, জগদ্বল, জগৎপ্ৰাণ, নভঃশ্বাস, নভস্বান, পৱন, পৱমান, বতাহ, বহ্নিমিত্ৰ, বাত, বায়ু, বায়, মাতৰিস্বা, মাৰুত, মৰুৎ, শব্দৱহ, সদাগতি, সমীৰ, সমীৰণ৷

↔ পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত চিহ্নিত কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰাটো আয়োগৰ অন্যতম কাম।

অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ, শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷

সেইবাবে পৰিপক্কতাৰ বাবে প্ৰতিশব্দ শ্ৰেষ্ঠতা, সম্পূৰ্ণতা আৰু সিদ্ধতা ব্যৱহাৰ কৰা হয়। —যিচয়া ১৮:৫; মথি ৫:৪৫- ৪৮; যাকোব ১:৪.

Report this page