WHAT DOES ASSAMESE SYNONYMS MEAN?

What Does Assamese synonyms Mean?

What Does Assamese synonyms Mean?

Blog Article

↔ পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত চিহ্নিত কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰাটো আয়োগৰ অন্যতম কাম।

অস্মিতা, অহমিকা, গৰব, গৰ্ব, দম্ভ, দাম্ভিকতা, ফুটনি, বৰাই, ভেম, মদ, মমত্ব, শ্লাঘা৷ গণ্ডপ, ওফাইডাং, ডাংকোপ৷ মহতালি৷

অচিৰপ্ৰভা, অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অন্নশেষ, উচ্ছিষ্টান্ন, এৰেহা, চুৱা, জুঠা, ভক্ষ্যাৱশেষ, ভুক্তাৱশেষ৷

অন্তঃগাঁথনি, পৰিগাঁথনি, বুনিয়াদ, ভিত্তি, ভিত্তিমূল, ভেটি৷

কপটালি, কাৰ্পট্য, কুষাৰি, কৈতৱ, ব্যাজ৷ অনাৰ্জৱ, বিনীয়, ভণ্ডামি৷

চলচ্চিত্ৰ, চিনেমা, ছায়াচিত্ৰ, ছায়াছবি, বায়’স্ক’প, বোলছবি, ভিডিঅ’চিত্ৰ, ম’ভী৷

অনংগ, অনন্ত, অন্তৰীক্ষ, অন্তৰীক্ষমণ্ডল, অভ্ৰ, অভ্রক, অম্বৰ, অক্ষৰ, আলাস, আকাশমণ্ডল, উডুপথ, ক্ৰন্দসী, খ, গগন, গগনমণ্ডল, ঘনবীথি, ঘনাশ্ৰয়, তাৰাপথ, ত্ৰিদিৱ, ত্ৰিবিষ্টপ, দেৱপথ, দ্যু, দ্যুলোক, দ্যো, দ্যৌ, নভ, নভস, নভোমণ্ডল, নাক, নিৰাকাৰ, নীলিমা, পৱনপথ, পুৰৱৰ্ত্ম, পুষ্কৰ, বায়ুৱৰ্ত্ম, বিমান, বিহায়, বিয়ৎ, ব্যোম, মৰুদ্বত্ম, মহাকাশ, মহাবিল, মহাশূন্য, মেঘৱৰ্ত্ম, মেঘাবেশ্ম, মেঘাস্পদ, ৰোদসী, ৰোদঃ, লোকালোক, শূন্য, শূন্যতল, সুৰপথ, সুৰৱৰ্ত্ম৷

উখনা-উখনি, উত্তৰা-উত্তৰি, কলহ, কাজিয়া, কুকুৰ-কন্দলি, খৰিয়াল, খোঁচাখুঁচি, চুলিয়াচুলি, দন, দন্দ, দবৰা-দবৰি, বাচ্যাবাচ্যি, বাদ, বাদানুবাদ, বিবাদ, বিসংবাদ, লড়াই, হনিয়াহনি, হাই৷

অনন্ত, অন্তবিহীন, অন্তহীন, অনাদি, অনাদ্য, অনাদ্যন্ত, অপৰিসীম, অশেষ, নিৰৱধি, নিঃসীম, সীমাহীন৷

অত্যুজ্জ্বল, চক্‌মকীয়া, চিক্‌মি‍কীয়া, more info জল্‌মলীয়া, জিলিকা, জিলিকি‍ থকা, তিৰ্‌বি‍ৰীয়া, দীপ্ত, দীপ্তিযুক্ত, দীপ্তোজ্জ্বল, প্রদীপ্ত, প্ৰোজ্জ্বল, ভৰকাল, সমুজ্জ্বল, সুপ্ৰভ৷

উদাৰচিত্ততা, ওখ মন, ঔদাৰ্য, প্ৰশস্তচিত্ততা, বহল মন৷

অকণমান, অকণমানি, এখুদমান, এধানমান, কণ, কণমানি, ক্ষুদ্ৰ, খৰ্ব, খৰ্বকায়, সূক্ষ্ম৷

অসিত, আন্ধাৰ, কলীয়া, কালিহি, কেহেৰাজ-বটা, কৃষ্ণ, কৃষ্ণক’লা, ধূমক’লা, শ্যাম৷

Report this page